নিয়ম (Rules)
ক) ৰিজ'টৰ চৌহদৰ ভিতৰত যিকোনো অসামাজিক কামৰ বাবে আইনৰ সহায় লোৱা হ'ব।
(খ) পৰিৱেশৰক্ষাৰ বাবে আমাক সহায় কৰক।
(গ) প্লাষ্টিকৰ বস্তু নিৰ্দিষ্ট ডাস্কববিনত জমা কৰক।
(ঘ) গুটখা, চিগাৰেট আৰু মাদকদ্ৰব্য সেৱন চৌহদৰ ভিতৰত নিষিদ্ধ।
(ঙ) সৰীসৃপ প্ৰাণীৰ পৰা নিজকে সাৱধানে ৰাখিব।
(চ) আপোনাৰ থকাৰ সময়ত যিকোনো সামগ্ৰী বা বস্তু হেৰুৱাৰ বাবে ৰিজ'ট কৰ্তৃপক্ষ দায়ী নহয়। আপোনাক সহায় কৰিবলৈ আমাৰ কৰ্মচাৰী সদায় উপস্থিত থাকিব।
(a) Any anti-social activity within the premises of the Resort will be prosecuted.
(b) Help us to protect the environment.
(c) Deposit plastic items in a restricted dustbin.
(d) Consumption of gutka, cigarettes and drugs are prohibited within the premises.
(e) Keep yourself careful from reptiles.
(f) The resort authority is not responsible for the loss of any goods or items during your stay. Ground staff are always present to assist customers.